সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : মানুহৰ মাজত প্রচলিত নি্র্ভৰযোগ্য আধাৰ নথকা কিছুমান কথা বা খবৰ
উদাহরণ : কেতিয়াবা কেতিয়াবা জনশ্রুতিয়ে মানুহৰ মনত ভ্রমৰ সৃষ্টি কৰিব পাৰে
সমার্থক : কিম্বদন্তি, জনপ্রবাদ, জনৰৱ, প্রবাদ
অর্থ : বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ পৰা আহৰণ কৰা মানুহৰ মাজত প্রচলিত কিছুমান কথা বা উক্তি
উদাহরণ : জনশ্রুতিৰ প্রয়োগে ভাষাৰ কালিকা বঢ়ায়
সমার্থক : জনপ্রবাদ, লোক-কথা, লোকোক্তি
অর্থ : যিটো মানুহৰ মাজত প্রচলিত হৈ আছে
উদাহরণ : মোহনে জনশ্রুতিবোৰ বৰ মনোযোগেৰে শুনে
সমার্থক : জন-শ্রুতি, লোক-কথা, লোককথা
অর্থ : যিটো কাণ বাগৰি আহিছে
উদাহরণ : মোৰ নিৰক্ষৰ আইতাই আমাক শ্রুতি কথা শুনাইছিল
সমার্থক : কিংবদন্তি, শ্রুতি, শ্রুতি-কথা
ইনস্টল