অর্থ : বিচাৰ কৰা কার্য ্বা ভাব
উদাহরণ :
বহুত চিন্তা কৰাৰ পিচত আমি সমস্যাটোৰ সমাধান বিচাৰি উলিয়ালোঁ
সমার্থক : চিন্তন, চিন্তন-মনন, মনন
অর্থ : দোদুল্যমান, অশান্তি, কঠিনতা তথা ভয়ৰ পৰা ওপজা মনৰ অৱস্থা
উদাহরণ :
মই এই কামটো কিমান সোনকালে শেষ কৰিব পাৰো দিনে-ৰাতিয়ে মোৰ তাৰেই চিন্তা হৈ থাকে
সমার্থক : উগুল-থুগুল, খুদুৱনি, চিন্তা-ভাৱনা, ভাবনা, ভাবনি, ভাৱনা