সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো বিশেষ উপলক্ষত বাঁহ, কাঠ, কাপোৰ, ৰচী আদিৰে ঘেৰি সজা স্থান বিশেষ
উদাহরণ : এইখন বিয়াৰ ৰভা
সমার্থক : চালি, পেণ্ডেল, বিতান, মণ্ডপ, ৰভা, ৰভা-পৰলা
অর্থ : একপ্রকাৰৰ ডাঙৰ তম্বু
উদাহরণ : দৰা আহি চন্দ্রতাপৰ তলত বহি আছে
সমার্থক : চন্দ্রতাপ, মণ্ডপ
ইনস্টল