সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : মাটি চহ কৰা বা কুৰিওৱা কাৰ্য বা ভাব
উদাহরণ : বীজ সিঁচাৰ আগেয়ে খেতিপথাৰত কুৰিওৱা হয়
সমার্থক : কুৰিওৱা
অর্থ : খেতিৰ মাটিত হাল চলোৱা
উদাহরণ : খেতিয়কে নিজৰ খেতি পথাৰত হাল বাইছে
সমার্থক : হাল বোৱা
অর্থ : খেতিপথাৰ আদি চহ কৰা
উদাহরণ : এক একৰ খেতিপথাৰ চহোৱা হʼল
সমার্থক : চহ কৰা
অর্থ : মাটি খান্দি ওলট-পালট কৰি দিয়া কার্য
উদাহরণ : মাটি কোমল আৰু খেতি উপযোগী কৰিবৰ কাৰণে পথাৰত চহ কৰা হয়
সমার্থক : কুৰিওৱা, চহ কৰা
ইনস্টল