সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কাৰোবাৰ বাক্য বা সিদ্ধান্তৰ খণ্ডন কৰাৰ কাৰণে বা তাৰ বিৰোধ কৰিবৰ কাৰণে কোৱা কথা
উদাহরণ : পৃথিৱী স্থিৰ আৰু সূর্য গতিশীল, এই কথাৰ পোনপ্রথম প্রতিবাদ কৰিছিল গেলিলিওৱে
সমার্থক : প্রতিবাদ, বিৰোধ
অর্থ : ভঙা-চিঙা বা কটা-কটি কৰা কার্য
উদাহরণ : পুলিচে মূর্তি খণ্ডনত লাগি থকা মানুহক ধৰি লৈ গʼল
ইনস্টল