সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কুটিলতাপূর্ণ ব্যৱহাৰ কৰোতাজন
উদাহরণ : কুটিল লোকৰ মনৰ কথা কোনেও জানিব নোৱাৰে
সমার্থক : কুচক্রী
অর্থ : যিটো কুটিলতাৰে ভৰা বা দুঃসাধ্য
উদাহরণ : যুধিষ্ঠিৰে যক্ষৰ কঠিন প্রশ্নৰ উত্তৰ দি নিজৰ ভায়েকৰ প্রাণ ৰক্ষা কৰিছিল
সমার্থক : অসহজ, কঠিন, কঠোৰ, কষ্টসাধ্য, জটিল, টান, দুষ্কৰ, দুৰূহ, সুকঠিন
অর্থ : যʼত কপটতা আছে বা যি কপটতাৰে পৰিপূর্ণ
উদাহরণ : তেওঁ ্ মোৰ সৈতে কপটপূর্ণ ব্যৱহাৰ কৰিছে
সমার্থক : কপটপূর্ণ, কপটময়, চলনাময়
ইনস্টল