সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যাৰ পৰা দুখ পোৱা যায় বা দুখ দিওঁতা
উদাহরণ : তুমি নিজৰ মা-দেউতাৰ সেৱা নকৰাটো বৰ দুখজনক কথা
সমার্থক : কষ্টদায়ী, দুঃখকাৰক, দুঃখজনক, দুখকাৰক, দুখজনক
অর্থ : যি দুখ বা কষ্ট দিয়ে
উদাহরণ : বৃদ্ধ কাল দুখদায়ক
সমার্থক : কষ্টকৰ, কষ্টজনক, কষ্টদায়ী, কষ্টপ্রদ, দুঃখজনক, দুঃখদায়ক, দুখজনক, দুখদায়ক, দুখদায়ী, দুখপ্রদ, পীড়াদায়ক, পীড়াদায়ী
অর্থ : যি কষ্টত আছে
উদাহরণ : তেওঁৰ ্ কষ্টদায়ক অৱস্থা মই চাব নোৱাৰো
সমার্থক : কষ্টকৰ, দুঃখিত, দুখার্ত, দুখিত, যন্ত্রণাদায়ক, ্কাতৰ
ইনস্টল