সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোমলতা, তীব্রতা, ডাঙৰ-সৰু আদি কৰি কʼব পৰা শ্্ব্দ যি প্রাণীৰ কণ্ঠৰ পৰা ওলায়
উদাহরণ : তেওঁৰ ্ মাতটো বৰ মিঠা
সমার্থক : গলা, বোল, মাত, স্বৰ
অর্থ : গীত পৰিবেশনৰ বিশেষ আৰু সুন্দৰ ভঙ্গিমা
উদাহরণ : এই গায়িকা গৰাকীৰ সুৰ বৰ ভাল
সমার্থক : লয়, সুৰ
অর্থ : খোৱা আহাৰ পেটলৈ যোৱা আৰু শ্্ব্দৰ সৃষ্টি হোৱা ডিঙিৰ অংশ বিশেষ
উদাহরণ : সমুদ্র মন্থনৰ পৰা ওলোৱা হলাহল পান কৰি ভগৱান শিৱৰ কণ্ঠ নীলা হৈ গৈছিল
সমার্থক : গলা
অর্থ : শৰীৰৰ থুতৰিৰ তলত আৰু কান্ধৰ ওপৰৰ অৱস্থিত আগভাগ
উদাহরণ : পুৰুষৰ কণ্ঠৰ ঘটিকা দেখা যায়
সমার্থক : গল, গলা
ইনস্টল