অর্থ : নিজৰ লগত নৰখা অথবা অন্য কোনো ঠাইত ৰখা বা থৈ অহা
উদাহরণ :
তেওঁ ্মোক মেলাতে এৰিলে
সমার্থক : এৰি দিয়া
অর্থ : কোনো ঠাইৰ পৰা আঁ্তৰা বা প্রস্থান কৰা
উদাহরণ :
ৰেলগাড়ীয়ে ষ্টেচন এৰিলে
অর্থ : নিজৰ অধিকাৰ, প্রভুত্ব আদিৰ পৰা আঁতৰি অহা কার্য
উদাহরণ :
ৰজাই ৰাজ-সিংহাসন এৰি দিলে মিছা আৰোপ লগোৱাৰ কাৰণে সঞ্চালকে নিজৰ পদবীৰ পৰা আঁতৰি গʼল
সমার্থক : আঁতৰি যোৱা, এৰি দিয়া, ত্যাগ কৰা
অর্থ : ধ্যান নিদিয়া বা গণনা নকৰা
উদাহরণ :
বৰষুণৰ দিনকেইটাৰ বাদে ইয়াত গোটেই বছৰ জুৰি ্ পর্যটকৰ ্ লানি লাগি থাকে
সমার্থক : বাদ দিয়া
অর্থ : ওলাই যোৱা বা দলি মাৰি পঠোৱা
উদাহরণ :
ধনুৰ পৰা এৰা কাঁড়পাতে পোনে-পোনে গৈ লক্ষ্য ভেদ কৰিলে