অর্থ : উৎসাহ নোহোৱা অৱস্থা বা ভাব
উদাহরণ :
নিৰুৎসাহৰ কাৰণে মই এই কামটো কৰিব নোৱাৰিলোঁ
সমার্থক : অনুৎসাহ, উৎসাহহীনতা, নিৰুৎসাহ
অর্থ : উদ্যম বা পৰিশ্রমৰ অভাৱ
উদাহরণ :
মেচিনৰ যুগত পৰিশ্রমহীনতাৰ প্রকোপ দিনে দিনে বাঢ়ি গৈ আছে
সমার্থক : অনুদ্যম, পৰিশ্রমহীনতা