অর্থ : কাম-বন শেষ হোৱা
উদাহরণ :
সভাখন উঠি গʼল বজাৰ উঠি গʼল
সমার্থক : উঠি যোৱা, শেষ হোৱা, সমাপ্ত হোৱা
অর্থ : হিচাপত অহা বা সোমোৱা এক অৱস্থা
উদাহরণ :
এক কিলোত মাত্র পাঁচটা আম উঠিল
অর্থ : প্রথমৰ পৰাই অধিক উচ্চতাত থকা এক স্থিতি
উদাহরণ :
পঢ়াশালিৰ ভেটি কমৰলৈকে উঠিছে
সমার্থক : ওখ হোৱা
অর্থ : কোনো চিহ্ন আদি ওলাই অহা
উদাহরণ :
অতিপাত গৰমৰ কাৰণে গোটেই গাতে ঘামচি উঠিছে
অর্থ : গাই, মʼহ, ঘোঁৰা আদিৰ সংগমৰ ইচ্ছা জাগ্ৰত হোৱা কাৰ্য
উদাহরণ :
কালিৰ পৰা গাইজনী জাগিছে
সমার্থক : জাগা
অর্থ : পদ, মর্যাদা, বর্গ আদিত আগ বঢ়া
উদাহরণ :
নিজৰ তীক্ষ্ণ বুদ্ধিৰ কাৰণে তেওঁ একেবাৰতে পঞ্চম শ্রেণীৰ পৰা অষ্টম শ্রণীলৈ উঠিলে
অর্থ : মনলৈ অহা বা ধ্যানত উদয় হোৱা
উদাহরণ :
মোৰ মনত এই কথাটো উঠিছে যে আজিকালি মীনা স্কুললৈ কিয় নাহে ?
অর্থ : ওপৰলৈ যোৱা বা বগোৱা
উদাহরণ :
সূর্য ্লাহে-লাহে উঠি আছে