সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : উদ্বিগ্ন হোৱা অৱস্থা বা ভাব
উদাহরণ : উদ্বিগ্নতাৰ কাৰণেই মই এই কামটোত মন বহুৱাব পৰা নাই
সমার্থক : উচপিচ, উচপিচনি, উদ্বগ্নতা, উৎকণ্ঠা, বিহ্বলতা
অর্থ : দোদুল্যমান, অশান্তি, কঠিনতা তথা ভয়ৰ পৰা ওপজা মনৰ অৱস্থা
উদাহরণ : মই এই কামটো কিমান সোনকালে শেষ কৰিব পাৰো দিনে-ৰাতিয়ে মোৰ তাৰেই চিন্তা হৈ থাকে
সমার্থক : খুদুৱনি, চিন্তা, চিন্তা-ভাৱনা, ভাবনা, ভাবনি, ভাৱনা
ইনস্টল