সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিটো ঠেক বা সৰু নহয়
উদাহরণ : ডাঙৰ চহৰৰ মাজত এনে বিস্তৃত মৈদান দেখা নাযায়
সমার্থক : বিস্তৃত
অর্থ : যাৰ প্রস্থতা আছে
উদাহরণ : এই ৰাষ্টাটো বৰ বহল
সমার্থক : পথালি, প্রস্থ, বহল
অর্থ : যʼত বতাহ চলাচল কৰাৰ কাৰণে খিৰিকি আদি থাকে
উদাহরণ : তেওঁৰ ঘৰটো আহল-বহল
সমার্থক : খোলা-মেলা, প্রশস্ত, মুকলি
ইনস্টল