সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি শক্তিৰ দ্বাৰা চকুৰে কোনো বস্তুৰ ৰূপ ধৰিব পাৰে
উদাহরণ : সূর্য উদয় ্ হোৱাৰ লগে লগে চাৰিওফালে পোহৰ বিয়পি পৰিল
সমার্থক : আলোক, জ্যোতি, দীপ্তি, দ্যুতি, পোহৰ, প্রকাশ, প্রদীপ, প্রদীপ্তি, প্রভা, বিভা
অর্থ : সামান্য মিল থকা
উদাহরণ : তেওঁৰ কবিতাত ছায়াবাদৰ আভাস দেখা যায়
সমার্থক : আভাস, প্রতীতি
অর্থ : এক ধৰণৰ প্রকাশ বা পোহৰ
উদাহরণ : তেওঁৰ চেহেৰাৰ জেউতি স্পষ্টৰূপত জিলিকি আছিল
সমার্থক : কান্তি, জেউতি, জ্যোতি, দীপ্তি, দ্যুতি, প্রভা, বিভা
অর্থ : ৰত্নৰ উজ্জ্বলতা বা দীপ্তি
উদাহরণ : হীৰাৰ চিকমিকনিয়ে চকু চাঁট মাৰি ধৰিছে
সমার্থক : উদ্দীপ্তি, কান্তি, চকমক, চকমকনি, চমক, চিকমিক, চিকমিকনি, ছাটি, জকমকনি, জলমলনি, জিলিকনি, ঝকমকনি, ঝিলিকনি
ইনস্টল