অর্থ : অপর্যাপ্ত হোৱা অৱস্থা বা ভাব
উদাহরণ :
অপর্যাপ্ততাৰ কাৰণে এই বছৰত চৰকাৰে বিদেশৰ পৰা শস্য আমদানি কৰিব লগা হʼল
সমার্থক : অপর্যাপ্ততা, অপ্রচুৰতা
অর্থ : কমি যোৱা অৱস্থা বা ভাব
উদাহরণ :
সময় কম হোৱা কাৰণে মই তালৈ যাব নোৱাৰিলো
সমার্থক : অকুলন, অপর্যাপ্ততা, অপর্যাপ্তি, অপ্রাচুর্য্য, অভাৱ, অল্পতা, অল্পত্ব, কম, চুটা, টুটনি, নাটনি, ন্যূনতা, সামান্যতা, স্বপ্লতা, স্বপ্লত্ব