সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ৰাজ্যৰ শাসক পক্ষৰ পৰা কোনো বিশেষ কামৰ সহায়ৰ কাৰণে লাভ কৰা ধন
উদাহরণ : বানপীড়িত এলেকাৰ কাৰণে কেন্দ্রীয় চৰকাৰে এক কোটি টকাৰ অনুদান দিছে
অর্থ : কোনো সামাজিক, ধার্মিক কাম আদিৰ বাবে দানৰ ৰূপত মানুহৰ পৰা লোৱা ধন আদি
উদাহরণ : তেওঁ মন্দিৰৰ বাবে একত্রিত কৰা চান্দাই নিজৰ ঘৰ সাজিলে
সমার্থক : চান্দা, বৰঙণি
ইনস্টল