সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি বহুত উৎকণ্ঠিত
উদাহরণ : কোনো কথাতে ইমান সোনকালে অধীৰ হোৱা উচিত নহয়
সমার্থক : অধীৰ, অধৈর্য্য, আতুৰ, কাতৰ, ব্যাকুল
অর্থ : যি স্থিৰ হৈ নাথাকি চঞ্চলতাৰে কাম কৰে বা চঞ্চল মনৰ
উদাহরণ : মোহন এটা চঞ্চল লʼৰা, সি শান্তিৰে একে ঠাইতে বহি থাকিবই নোৱাৰে
সমার্থক : অস্থিৰ, চঞ্চল
অর্থ : কোনো কাম আদিত খৰধৰ লগোৱা
উদাহরণ : মনোহৰ এজন বেপৰোৱাহ আৰু অধীৰ ব্যক্তি
সমার্থক : অধীৰ, ব্যগ্র
ইনস্টল