অর্থ : * শক্তি বা বলৰ দ্বাৰা নিজৰ অধিকাৰলৈ অনা
উদাহরণ :
সেনাই দুর্গটোক অধীন কৰিলে
সমার্থক : অধিকাৰলৈ অনা, কাবু কৰা
অর্থ : কাৰোবাক নিজৰ বশলৈ অনা
উদাহরণ :
ইংৰাজসকলে পোনপ্রথমে ভাৰতৰ সৰু সৰু ৰাজ্যবোৰক নিজৰ অধীন কৰিছিল
সমার্থক : আজ্ঞাবাহী কৰা, বশ কৰা, বশীভূত কৰা, বশৱর্তী কৰা
অর্থ : দায়িত্ব দিয়া বা কাৰোবাৰ জিম্মাত ৰখা
উদাহরণ :
মই এই কামটো আপোনাক অর্পণ কৰিছোঁ
সমার্থক : অর্পণ ্কৰা