অর্থ : যাৰ ওচৰলৈ পৰা নাযায়
উদাহরণ :
মোহনে দুর্লংঘ্য পর্বত ্ পাৰ হʼবলৈ চেষ্টা কৰিছে
সমার্থক : অনতিক্রমনীয়, অনতিক্রম্য, অপাৰ, অপাৰগম্য, অলংঘনীয়, অলংঘ্য, অলঙ্ঘনীয়, অলঙ্ঘ্য, দুর্লংঘ্য, দুস্তৰ
অর্থ : যʼত প্রৱেশ কৰিব পৰা নাযায় বা যি প্রৱেশৰ যোগ্য নহয়
উদাহরণ :
এইপিনে নাযাবা, অপ্রবেশ্য দুৱাৰ আছে
সমার্থক : অপ্রবেশ্য