সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : অংগি-ভংগি কৰা কার্য
উদাহরণ : সৰু লʼৰা-ছোৱালীৰ অংগি-ভংগিয়ে মন আকর্ষণ কৰে
সমার্থক : অঙ্গিভঙ্গি
অর্থ : মনৰ ভাব প্রকাশ কৰিবলৈ কৰা কোনো শাৰীৰিক চেষ্টা
উদাহরণ : বধিৰসকলক সংকেতৰ জৰিয়তে কথা বুজাব লাগে
সমার্থক : অঙ্গি-ভঙ্গি, ইংগিত, ইঙ্গিত, ইছাৰা, চিয়াৰ, টিপ, ঠাৰ, ঠাৰ-চিয়াঁৰ, ঠাৰ-চিয়াৰ, তাৰ, সংকেত, সঙ্কেত
ইনস্টল