অর্থ : পৰিশ্রম কৰি কৰি আৰু পৰিশ্রম কৰিব নোৱাৰা হোৱা অৱস্থা
উদাহরণ :
ইমান কাম কৰাৰ পিছতো তেওঁৰ ্ ভাগৰ লগা নাই
সমার্থক : অৱস হোৱা, অৱসন্ন কৰা, ক্লান্ত হোৱা, ক্লান্ত-শ্রান্ত হোৱা, ভাগৰা, লেবেজান হোৱা পৰিশ্রান্ত হোৱা
অর্থ : ভাগৰি যোৱা কার্য
উদাহরণ :
লʼৰাটোৰ পিছত দৌৰি-দৌৰি মাকৰ ভাগৰ লাগিল