সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : শিল, বালি, ইটা, কাঠ আদিৰে নি্র্মাণ কৰা স্থাপত্য বিশেষ
উদাহরণ : এই ভৱনটো নি্র্মাণ কৰোতে তিনিবছৰ লাগিছে
সমার্থক : অট্টালিকা, ইমাৰত, কাৰেং, দালান, প্রাসাদ, ভৱন, মহল, সৌধ, হাউলি, হাবেলি
অর্থ : যি ঠাইত ঘৰ সজা হয়
উদাহরণ : ঘৰৰ ভেটি বন্ধাৰ আগতে বাস্তুৰ পূজা কৰা হয়
ইনস্টল