সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : আনৰ পৰা পাব লগা ধন বা টকা-পইচা আদি
উদাহরণ : মহাজনে প্রতিমাহৰ পহিলা দিনা পাওনা লʼবৰ বাবে ঘৰলৈ যায়
সমার্থক : পাওনা, প্রাপ্যধন
অর্থ : কাৰোবাৰ জিম্মাত বাকী থাকি যোৱা ধনৰ অংশ
উদাহরণ : তেওঁ বেংকৰ ্পৰা বকেয়া ধন আদায় কৰিলে
অর্থ : যি কাৰোবাৰ জিম্মাত বাকী থাকি গৈছে
উদাহরণ : মই বকেয়া ধন জমা কৰিবলৈ গৈছিলোঁ
সমার্থক : বাকী
ইনস্টল