সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিটো নিজৰ বা যʼত নিজৰ অধিকাৰ আছে
উদাহরণ : এইয়া মোৰ নিজা সম্পত্তি
সমার্থক : আত্ম, নিজা, স্বকীয়, স্বায়ত্ত
অর্থ : আপোনজনৰ সৈতে সম্বন্ধিত বা আপোনজনৰ
উদাহরণ : এইটো আমাৰ আত্মীয়ৰ মাজৰ বিষয়
সমার্থক : আত্মীয়
অর্থ : যিটো নিজৰ পক্ষৰ লগত জড়িত বা নিজ পক্ষৰ
উদাহরণ : এইটো স্বপক্ষী বিষয়
সমার্থক : স্বপক্ষীয়
ইনস্টল