অর্থ : যুদ্ধত বিপক্ষৰ বিৰুদ্ধে সফল হোৱা
উদাহরণ :
মহাভাৰতৰ যুদ্ধত পাণ্ডৱসকল জিকিছিল
সমার্থক : জয়ী হোৱা, বিজয়ী হোৱা
অর্থ : কাৰোবাৰ মৰম, আনুগত্য আদি লাভ কৰা
উদাহরণ :
স্বামী বিবেকানন্দই নিজৰ ভাষণেৰে সকলোৰে অন্তৰ জয় কৰিছিল
সমার্থক : জয় কৰা
অর্থ : প্রতিযোগিতাত সফলতা লাভ কৰা
উদাহরণ :
মঞ্জুলে ৰাজ্যিক পর্যায়ৰ তর্ক প্রতিযোগিতাত জিকিলে
সমার্থক : সফল হোৱা