পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে চহোৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

চহোৱা   বিশেষ্য

অর্থ : মাটি চহ কৰা বা কুৰিওৱা কাৰ্য বা ভাব

উদাহরণ : বীজ সিঁচাৰ আগেয়ে খেতিপথাৰত কুৰিওৱা হয়

সমার্থক : কুৰিওৱা

চহোৱা   ক্ৰিয়া

অর্থ : খেতিৰ মাটিত হাল চলোৱা

উদাহরণ : খেতিয়কে নিজৰ খেতি পথাৰত হাল বাইছে

সমার্থক : হাল বোৱা

অর্থ : খেতিপথাৰ আদি চহ কৰা

উদাহরণ : এক একৰ খেতিপথাৰ চহোৱা হʼল

সমার্থক : চহ কৰা

অর্থ : মাটি খান্দি ওলট-পালট কৰি দিয়া কার্য

উদাহরণ : মাটি কোমল আৰু খেতি উপযোগী কৰিবৰ কাৰণে পথাৰত চহ কৰা হয়

সমার্থক : কুৰিওৱা, চহ কৰা