অর্থ : কাল, ঘটনা, স্থিতি আদিৰ ক্রমিক বিচাৰত আগত বা পূর্বত
উদাহরণ :
তেওঁৰ ঘৰতো পোৱাৰ আগতে এটা পুল পোৱা যায়
সমার্থক : আগতে
অর্থ : সকলোতকৈ আগত........
উদাহরণ :
পথপ্রদর্শকজনে আমাক বাট দেখুৱাবলৈ আগে আগে গৈ আছিল
সমার্থক : আগত, সকলোতকৈ আগত