অর্থ : দেৱতা, সমাধি আদিৰ ওপৰত শ্রদ্ধাপূর্বক অর্পণ ্কৰা
উদাহরণ :
তেওঁ শিৱৰ প্রতিমাত জল, চাউল, পুষ্প আৰু বেল পাত অর্পণ কৰিলে
সমার্থক : উৎসর্গা
অর্থ : কাৰোবাৰ দ্বাৰা শ্রদ্ধা সহকাৰে দেৱতা, সমাধি আদিৰ ওপৰত কোনো বস্তু দিয়া কার্য
উদাহরণ :
গান্ধীজীৰ সমাধিত সদায় সজীৱ ফুল অর্পণ কৰা হয়
অর্থ : দায়িত্ব দিয়া বা কাৰোবাৰ জিম্মাত ৰখা
উদাহরণ :
মই এই কামটো আপোনাক অর্পণ কৰিছোঁ
সমার্থক : অধীন কৰা