ಅರ್ಥ : কামত অহাৰ পিছতো কিছু অৱশিষ্ট ৰৈ যোৱা
ಉದಾಹರಣೆ :
সকলো প্রয়োজনীয় বস্তু কিনাৰ পিছতো মোৰ হাতত তিনিশ টকা বাচিল
ಸಮಾನಾರ್ಥಕ : বচা
ಅರ್ಥ : কোনো কথাৰ সূত্রপাত ঘটোৱা
ಉದಾಹರಣೆ :
বিবাহবিচ্ছেদ কৰা মহিলাগৰীকীয়ে নিজৰ লʼৰাটোৰ মনত দেউতাকৰ প্রতি ঘৃণাৰ বীজ ৰোপন কৰিলে
ಸಮಾನಾರ್ಥಕ : ৰোপন কৰা
ಅರ್ಥ : কোনো উদ্ভিদ এঠাইৰ পৰা উভালি নি অন্য এঠাইত লগোৱা কার্য
ಉದಾಹರಣೆ :
খেতিয়কে খেতিপথাৰত ধান ৰুইছে
ಸಮಾನಾರ್ಥಕ : ৰোপন কৰা