ಅರ್ಥ : প্রেমিক-প্রেমিকাৰ মাজৰ সম্বন্ধ
ಉದಾಹರಣೆ :
বোলছবি জগতত ৰোমাঞ্চৰ বহুল চর্চা হৈ থাকে
ಸಮಾನಾರ್ಥಕ : পীৰিতি, প্রেম, প্রেম-পীৰিতি, প্রেম-প্রসংগ, প্রেম-প্রসঙ্গ, প্রেম-প্রীতি
ಅರ್ಥ : এনেকুৱা আনন্দ বা ভয় যাৰ কাৰণে গাৰ নোম থিয় হৈ যায়
ಉದಾಹರಣೆ :
মুকুলে অত্যধিক ৰোমাঞ্চৰ কাৰণে কথা কʼব পৰা নাছিল
ಸಮಾನಾರ್ಥಕ : পুলক