ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : উদ্ভিদ আদিৰ ৰোপন কার্য
ಉದಾಹರಣೆ : মালীয়ে টাবত গোলাপৰ কলম লগালে
ಸಮಾನಾರ್ಥಕ : লগোৱা
ಅರ್ಥ : কোনো কথাৰ সূত্রপাত ঘটোৱা
ಉದಾಹರಣೆ : বিবাহবিচ্ছেদ কৰা মহিলাগৰীকীয়ে নিজৰ লʼৰাটোৰ মনত দেউতাকৰ প্রতি ঘৃণাৰ বীজ ৰোপন কৰিলে
ಸಮಾನಾರ್ಥಕ : ৰোৱা
ಅರ್ಥ : ৰোপন কৰাৰ কাম হোৱা
ಉದಾಹರಣೆ : পথাৰত ৰোপন কৰা হৈছে
ಅರ್ಥ : কোনো উদ্ভিদ এঠাইৰ পৰা উভালি নি অন্য এঠাইত লগোৱা কার্য
ಉದಾಹರಣೆ : খেতিয়কে খেতিপথাৰত ধান ৰুইছে
ಸ್ಥಾಪನೆ