ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : বিশেষকৈ মানুহ আৰু বাহনৰ সমূহ যি প্রদর্শনী আদিত ক্রম অনুসৰি আগবাঢ়ি যায়
ಉದಾಹರಣೆ : পুলিচে অকাৰণতে কুচকাৱাজ দলৰ ওপৰত লাঠীচালনা কৰিলে
ಸಮಾನಾರ್ಥಕ : কুচকাৱাজ, মার্চ্চ
ಅರ್ಥ : বিশাল জনসমাগমৰ প্রদর্শন
ಉದಾಹರಣೆ : এই সমাবেশত ডাঙৰ ডাঙৰ নেতাই অংশগ্রহণ কৰিছে
ಸಮಾನಾರ್ಥಕ : জনসভা, সমাবেশ, সমাৱেশ
ಸ್ಥಾಪನೆ