ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : সৰু কণা বিশেষ
ಉದಾಹರಣೆ : মোৰ চকুত বালিৰ কণা সোমাইছে
ಸಮಾನಾರ್ಥಕ : কণ, কণা, কণিকা
ಅರ್ಥ : ফুলৰ দীঘল কেশৰত জমা হোৱা ধূলিকণা
ಉದಾಹರಣೆ : পখিলাই ৰেণু এপাহ ফুলৰ পৰা আন এপাহ ফুললৈ কঢ়িয়াই লৈ যায়
ಸಮಾನಾರ್ಥಕ : পুষ্পৰেণু, পৰাগ, পৰাগ ৰেণু
ಅರ್ಥ : কিছুমান এককোষী উদ্ভিদ বা নিম্ন বিকশিত অমেৰুদণ্ডী জীৱৰ দেহৰ দ্বাৰা উৎপাদিত জনন কোষ
ಉದಾಹರಣೆ : ৰেণু এক কোষী জীৱ, শেলাই, ভেঁকুৰ আদিত পোৱা যায়
ಸ್ಥಾಪನೆ