ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ ৰেখাংকন ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

ৰেখাংকন   বিশেষ্য

ಅರ್ಥ : চিত্রৰ ৰূপৰেখা তৈয়াৰ কৰাৰ কাৰণে ৰেখা অংকন কৰা কার্য

ಉದಾಹರಣೆ : প্রথমতে এই চিত্রৰ ৰেখাংকন কৰা আৰু তাৰ পিছত ৰং কৰা

ಸಮಾನಾರ್ಥಕ : ৰেখাঙ্কন

ಅರ್ಥ : ৰেখাৰে তৈয়াৰ কৰা কোনো বস্তুৰ চিত্র

ಉದಾಹರಣೆ : শ্যামৰ ৰেখা-চিত্রখন বৰ ধুনীয়া হৈছে

ಸಮಾನಾರ್ಥಕ : ৰেখা-চিত্র, ৰেখাঙ্কন

ಅರ್ಥ : সীমা নি্র্ধাৰিত কৰিবৰ কাৰণে ৰেখা টনা কার্য

ಉದಾಹರಣೆ : শ্যামে খেলিবৰ কাৰণে খেলপথাৰৰ ৰেখাংকন কৰি আছে

ಸಮಾನಾರ್ಥಕ : ৰেখাঙ্কন