ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ ৰুক্ষ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

ৰুক্ষ   বিশেষণ

ಅರ್ಥ : যাৰ ব্যৱহাৰ কঠোৰ বা যি কঠোৰ ব্যৱহাৰ কৰে

ಉದಾಹರಣೆ : আমাৰ প্রধান শিক্ষকজন বৰ ৰুক্ষ, তেওঁ সকলো শিশুৰ লগতে কঠোৰ ব্যৱহাৰ কৰে

ಸಮಾನಾರ್ಥಕ : কঠোৰ ব্যৱহাৰ, ৰুক্ষ ব্যৱহাৰ

ಅರ್ಥ : যʼত প্রেম বা স্নেহ নাথাকে

ಉದಾಹರಣೆ : তেওঁৰ ৰুক্ষ আমন্ত্রণক মই অস্বীকাৰ কৰিলো

ಸಮಾನಾರ್ಥಕ : প্রেমহীন, স্নেহৰহিত

ಅರ್ಥ : যাৰ উপৰিভাগ ঠায়ে ঠায়ে ওখ-চাপৰ

ಉದಾಹರಣೆ : বাঢ়ৈয়ে খহটা পাটখনক ৰাণ্ডা মাৰি মিহি কৰিছে

ಸಮಾನಾರ್ಥಕ : অসমান, খহটা

ಅರ್ಥ : তেল, ঘিঁউ আদি তেলীয়া বস্ত নথকা বা নিমিহলোৱা বস্তু

ಉದಾಹರಣೆ : খেতিয়কজনে প্রসন্নতাৰে শুকান ৰুটি আৰু চাটনি খাই আছে

ಸಮಾನಾರ್ಥಕ : শুকান