ಅರ್ಥ : কৌশলগত ঢঙেৰে
ಉದಾಹರಣೆ :
কোনো কাম পদ্ধতিগতভাৱে কৰা উচিত
ಸಮಾನಾರ್ಥಕ : পদ্ধতিগতভাৱে, প্রথানুসাৰে, প্রথানুসৰি, বিধিমতে, যথাবিধি, ৰীতিগতভাৱে
ಅರ್ಥ : পৰম্পৰা পালন কৰি
ಉದಾಹರಣೆ :
মোৰ ঘৰত সকলো উৎসৱ পৰম্পৰানুসৰি উদযাপন কৰা হয়
ಸಮಾನಾರ್ಥಕ : দস্তুৰমত, দস্তুৰমতে, পৰম্পৰানুসৰি