ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : কোনো দেশৰ প্রশাসনীয় দল বা চৰকাৰ
ಉದಾಹರಣೆ : দেশে অতি সোনকালেই কেইখনমান নতুন আঁচনি আৰম্ভ কৰিব
ಸಮಾನಾರ್ಥಕ : চৰকাৰ, দেশ
ಅರ್ಥ : এখন নির্দিষ্ট সংবিধান মানি চলা বিভিন্ন ৰাজ্য, নগৰ আদি থকা পৃথিৱীৰ এক বিশেষ ভূ-ভাগ
ಉದಾಹರಣೆ : ভাৰতবর্ষ ্মোৰ দেশ দেশতকৈ মোমাই ডাঙৰ নহয়
ಸಮಾನಾರ್ಥಕ : দেশ
ಅರ್ಥ : কোনো দেশত বাস কৰা লোক
ಉದಾಹರಣೆ : গান্ধীজীৰ মৃত্যুত গোটই দেশে কান্দিছিল
ಸ್ಥಾಪನೆ