ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ ৰামায়ণ ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

ৰামায়ণ   বিশেষ্য

ಅರ್ಥ : সংস্কৃতত লিখা যিখন গ্রন্থত ৰামৰ চৰিত্রৰ বিস্তৃত বিৱৰণ আছে

ಉದಾಹರಣೆ : ৰামায়ণ আদি কবি বাল্মীকিৰ দ্বাৰা ৰচিত

ಸಮಾನಾರ್ಥಕ : বাল্মীকি ৰামায়ণ

ಅರ್ಥ : কোনো বিষয়ৰ লগত সম্বন্ধ নথকা অনাৱশ্যকীয় বৃত্তান্ত

ಉದಾಹರಣೆ : এতিয়া আপুনি নিজৰ ৰামায়ণ বন্ধ কৰক

ಅರ್ಥ : ৰামৰ চৰিত্রৰ ্বর্ণ্্না থকা তুলসীদাসে অৱধীত ৰচনা কৰা গ্রন্থ

ಉದಾಹರಣೆ : এই মন্দিৰত ৰামচৰিত মানসৰ পাঠ চলি আছে

ಸಮಾನಾರ್ಥಕ : ৰামচৰিত মানস, ৰামচৰিতমানস