ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ ৰাজ্য ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

ৰাজ্য   বিশেষ্য

ಅರ್ಥ : এজন ৰজা বা ৰাণীৰ দ্বাৰা শাসিত অঞ্চল

ಉದಾಹರಣೆ : মোগলকালীন যুগত ভাৰতবর্ষ সৰু-সৰু ্ৰাজ্যত বিভক্ত আছিল

ಸಮಾನಾರ್ಥಕ : প্রদেশ

ಅರ್ಥ : যি শাসনতন্ত্রত ৰাজ্যৰ শাসন কোনো ৰজা বা ৰাণীৰ অধীনত থাকে

ಉದಾಹರಣೆ : খৰাং বতৰৰ কাৰণে ৰাজ্যই সকলো কৃষকৰে কৰ ৰেহাই দিলে

ಅರ್ಥ : কোনো প্রদেশত বসবাস কৰা লোক

ಉದಾಹರಣೆ : সমগ্র ৰাজ্য মুদ্রাস্ফীতিৰ কাৰণে বিবুধিত পৰিছে

ಸಮಾನಾರ್ಥಕ : প্রদেশ, প্রান্ত

ಅರ್ಥ : কোনো এখন দেশৰ এটা অংশ যʼত তাৰ নাগৰিকৰ শাসন-পদ্ধতি, ভাষা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদি অন্যৰ পৰা পৃথক আৰু স্বতন্ত্র

ಉದಾಹರಣೆ : অসম ভাৰতবর্ষৰ ্ এখন ৰাজ্য স্বাধীন ভাৰতত এতিয়া ঊনত্রিশখন প্রদেশ আছে

ಸಮಾನಾರ್ಥಕ : দেশ, প্রদেশ, প্রান্তৰ

ಅರ್ಥ : এখন ধৰি লোৱা ক্ষেত, যʼত কোনোবাই প্রভাৱ বিস্তাৰ

ಉದಾಹರಣೆ : চাৰিওফালে মিছাৰ ৰাজ্য

ಸಮಾನಾರ್ಥಕ : দেশ, সাম্রাজ্য, স্থলী

ಅರ್ಥ : স্বায়ত্ব অঞ্চলৰ শাসনৰ দ্বাৰা সন্মিলিত হোৱা লোক-সমষ্টি ................???

ಉದಾಹರಣೆ : ৰাজ্য আয়কৰ বৃদ্ধি কৰি দিলে

ಸಮಾನಾರ್ಥಕ : প্রদেশ