ಅರ್ಥ : ৰজা-মহাৰজা থকা ধুনীয়া আৰু ডাঙৰ ঘৰ
ಉದಾಹರಣೆ :
মহীশূৰত থকা ৰাজপ্রাসাদ আজিও ্ পর্যটকৰ আকর্ষণৰ কেন্দ্রস্থলী
ಸಮಾನಾರ್ಥಕ : ৰাজঅট্টালিকা, ৰাজকাৰেং, ৰাজপুৰী, ৰাজপ্রাসাদ, ৰাজমহল, ৰাজহাউলি
ಅರ್ಥ : ৰাজ্যপাল আদিৰ চৰকাৰী বাসভৱন
ಉದಾಹರಣೆ :
ৰাজ্যপালক লগ কৰিবৰ কাৰণে মুখ্যমন্ত্রী ৰাজভৱন পালেগৈ