ಅರ್ಥ : বদচাহ সম্বন্ধীয় বা বাদচাহৰ
ಉದಾಹರಣೆ :
আমি ৰাজকীয় মহলবোৰ পৰি্দর্শন কৰিলো
ಅರ್ಥ : ৰজাসকলৰ দৰে
ಉದಾಹರಣೆ :
আজিকালিৰ মন্ত্রীসকলৰ জীৱন ৰাজকীয় হয়
ಅರ್ಥ : ৰজাৰ বা ৰজা সম্বন্ধীয়
ಉದಾಹರಣೆ :
এই মহলত ৰাজকীয় বস্তু সংগ্রহিত হৈ আছে
ಅರ್ಥ : ৰাজ্যৰ সৈতে সম্বন্ধ ৰাখোঁতা
ಉದಾಹರಣೆ :
ৰাজকীয় সমস্যাবোৰৰ প্রতি অৱহেলা কৰা অনুচিত
ಅರ್ಥ : দেশীয় ৰাজ্যৰ লগত সম্বন্ধ ৰাখোতা
ಉದಾಹರಣೆ :
বিদ্রোহীয়ে ৰাজকীয় খাজানা লুটিলে