ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ ৰস ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

ৰস   বিশেষ্য

ಅರ್ಥ : শাৰীৰিক প্রক্রিয়াত গুৰুত্বপূর্ণ ভূমিকা পালন কৰা গ্রন্থি বা কোশিকাৰ পৰা নিগৰিত দ্রৱ বিশেষ

ಉದಾಹರಣೆ : লালটি, হৰমোন আদি ৰসে মানৱ শৰীৰত বিশেষ ভূমিকা পালন কৰে

ಸಮಾನಾರ್ಥಕ : স্রাৱ

ಅರ್ಥ : গছৰ গাৰ পৰা ওলোৱা বা পিচি উলিওৱা তৰল পদার্থ বিশেষ

ಉದಾಹರಣೆ : কিছুমান গছৰ ৰস ঔষধি হিচাপে ব্যৱহাৰ কৰা হয়

ಸಮಾನಾರ್ಥಕ : নি্র্যাস, মন্দ

ಅರ್ಥ : কোনো পদার্থৰ ্সাৰ বা মূল ভাগ

ಉದಾಹರಣೆ : ৰস কেইবাপ্রকাৰৰ আছে

ಅರ್ಥ : কোনো কথাৰ পৰা হোৱা ৰুচি বা তাৰ পৰা পোৱা আনন্দ

ಉದಾಹರಣೆ : ভক্তই ভগৱানৰ কী্র্তন কৰি আনন্দ লৈ আছে

ಸಮಾನಾರ್ಥಕ : আনন্দ, মজা

ಅರ್ಥ : উদ্ভিদ অথবা তাৰ ফুল-পাত আদিত থকা বিশেষ এক ধৰণৰ তৰল পদার্থ ্যাক মোহাৰিলে বা চেপিলে এই তৰল পদার্থ ওলাই আহে

ಉದಾಹರಣೆ : নিম পাতৰ ৰস খালে আৰু ছালত লগালে চর্মৰোগ ভাল হয়

ಅರ್ಥ : কোনো বস্তু চেপিলে বা পিচিলে ওলোৱা তৰল পদার্থ

ಉದಾಹರಣೆ : পদিনাৰ ৰস পেটৰ কাৰণে বৰ ভাল

ಸಮಾನಾರ್ಥಕ : অর্ক, আৰক, নি্র্যাস, মূল, ্সাৰ অংশ