ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি ৰমণ কৰাৰ যোগ্য
ಉದಾಹರಣೆ : পৱাই হ্রদেৰে আৱৰি থকা আই. আই. টি. বʼম্বে এখনি ৰমণীয় ঠাই
ಸಮಾನಾರ್ಥಕ : ৰম্য
ಅರ್ಥ : যিয়ে আনন্দ প্রদান কৰে
ಉದಾಹರಣೆ : মোৰ ভ্রমণটো আনন্দদায়ক আছিল অন্তাক্ষৰী এটা আনন্দপ্রদ খেল
ಸಮಾನಾರ್ಥಕ : আনন্দকাৰী, আনন্দদায়ক, আনন্দদায়ী, আনন্দপ্রদ, সুখপ্রদ
ಸ್ಥಾಪನೆ