ಅರ್ಥ : জুইৰ ওপৰত ৰাখি গলোৱা বা তৈয়াৰ কৰা কার্য
ಉದಾಹರಣೆ :
মাংসখিনি ভালদৰে সিজোৱা নাই
ಸಮಾನಾರ್ಥಕ : সিজোৱা
ಅರ್ಥ : আহাৰ প্রস্তুত কৰা
ಉದಾಹರಣೆ :
মায়ে সকলোৰে কাৰণে আহাৰ ৰান্ধিছে
ಸಮಾನಾರ್ಥಕ : পকোৱা, পগোৱা, ৰন্ধা-বঢ়া কৰা