ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি স্ত্রীৰ ৰজ প্রৱাহিত হয়
ಉದಾಹರಣೆ : ৰজস্বলাক গর্ভধাৰণ নকৰাৰ বাবে মানুহে আমনি কৰিবলৈ ধৰিলে
ಸಮಾನಾರ್ಥಕ : ঋতুমতী, পুষ্পিতা, পুষ্পৱতী
ಅರ್ಥ : স্ত্রীৰ জননেন্দ্রিয়ৰ পৰা প্রতি মাহৰ তিনি চাৰি দিনলৈকে ৰক্ত আদি
ಉದಾಹರಣೆ : ঋতুস্রাৱৰ সময়ত বেছিভাগ মহিলাৰে সমস্যাই দেখা দিয়ে
ಸಮಾನಾರ್ಥಕ : ঋতু, ঋতুস্রাৱ, নোৱাৰা হোৱা-, পুষ্পিতা, মাহেকীয়া, ৰজঃ
ಅರ್ಥ : যাৰ ৰজ প্রবাহিত হৈ আছে
ಉದಾಹರಣೆ : ৰজস্বলা স্ত্রীয়েহে গর্ভ ্ধাৰণ কৰিব পাৰে
ಸಮಾನಾರ್ಥಕ : ঋতুমতী, ৰজৱতী
ಸ್ಥಾಪನೆ