ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : যি জনে কাপোৰ-কানি ধোৱা বৃত্তি অৱলম্বন কৰি চলে
ಉದಾಹರಣೆ : ধোবাই ধোবাঘাটত কাপোৰ ধুই আছে
ಸಮಾನಾರ್ಥಕ : ধুবী, ধোবা
ಅರ್ಥ : কাপোৰ ধোৱা কাম কৰা এটা জাতি
ಉದಾಹರಣೆ : এই গাৱত ধোবাৰ দহটা পৰিয়াল থাকে
ಸಮಾನಾರ್ಥಕ : ধোবা, ধোবা জাতি
ಸ್ಥಾಪನೆ