ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ ৰচনা ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

ৰচনা   বিশেষ্য

ಅರ್ಥ : * কোনো স্থানিক বিশেষত্ব (বিশেষকৈ যিদৰে ৰূপৰেখাত পৰিভাষিত কৰা হয়)

ಉದಾಹರಣೆ : কোনো গীত আদিৰ সংগীত সম্বন্ধী ৰূপক এজন সংগীতজ্ঞইহে ভালদৰে বুজিব পাৰে

ಸಮಾನಾರ್ಥಕ : আকৃতি, ৰূপ

ಅರ್ಥ : কোনো বিষয়ৰ বিশ্লেষণাত্মক বিৱৰণ যʼত নির্দিষ্ট বিষয়টোৰ লগত সম্বন্ধ থকা বিভিন্নজনৰ মতামত, মন্তব্য, তথ্য আদিৰ তুলনামূলক আৰু পাণ্ডিত্যপূর্ণ আলোচনা কৰা হয়

ಉದಾಹರಣೆ : নিবন্ধকাৰজনে এই প্রবন্ধটোৰ জৰিয়তে জাতীয়তাবাদৰ বিষয়ে আলোকপাত কৰিছে

ಸಮಾನಾರ್ಥಕ : নিবন্ধ, প্রবন্ধ, লেখা

ಅರ್ಥ : অনেক অৱয়বযুক্ত ৰচনা

ಉದಾಹರಣೆ : মানুহৰ আভ্যন্তৰীণ শাৰীৰিক গঠন জটিল

ಸಮಾನಾರ್ಥಕ : গঠন

ಅರ್ಥ : সাহিত্য সম্বন্ধীয় কৃতি

ಉದಾಹರಣೆ : তুলসীদাসৰ ৰামচৰিত মানস বিশ্ব প্রসিদ্ধ সাহিত্য কৃতি

ಸಮಾನಾರ್ಥಕ : সাহিত্য কৃতি, সাহিত্যিক ৰচনা

ಅರ್ಥ : ৰচনা কৰা বা বনোৱা কার্য ্বা ভাব

ಉದಾಹರಣೆ : ধর্মগ্রন্থ অনুসৰি জগতৰ সৃষ্টি ব্রহ্মাই কৰিছিল

ಸಮಾನಾರ್ಥಕ : নির্মিতি, নি্র্মাণ, সর্জ্জন, সৃজন, সৃষ্টি, স্রজন

ৰচনা   ক্ৰিয়া

ಅರ್ಥ : কোনো সাহিত্যিক কৃতিৰ নি্র্মাণ কৰা

ಉದಾಹರಣೆ : তেওঁ ্এটা নতুন কবিতা ৰচনা কৰিছে