ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ ৰং ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

ৰং   বিশেষ্য

ಅರ್ಥ : যি পদার্থৰে কোনো বস্তু ৰঙীণ কৰা হয়

ಉದಾಹರಣೆ : এই শাৰীখনত ৰঙা ৰং দিয়া হৈছে

ಸಮಾನಾರ್ಥಕ : বৰণ, ৰঙ

ಅರ್ಥ : কোনো প্রিয় বা অভিষ্ট বস্তু পোৱাৰ পিছত অথবা কোনো ভাল বা শুভ কাম হোৱাৰ পিছত মনত ওপজা ভাব বা অৱস্থা:তেওঁৰ জীৱনটো আনন্দৰেই চলি আছে

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : আনন্দ, আহ্লাদ, উচল-পাচল, উলাহ, উলাহ-বিলাহ, উল্লাস, খুচ, খুছ, তামাচা, পুলক, প্রফুল্লতা, প্রসন্নতা, লাহ-বিলাহ, স্ফূর্টি, স্ফূর্টি-তামাচা, হর্ষ, হৰষ-দৰষ, হৰিষ, ৰং-তামাচা, ৰগৰ

ಅರ್ಥ : কোনো বস্তুক ৰঙীণ কৰিবৰ কাৰণে মানুহে নি্র্মাণ কৰি লোৱা এক ধৰণৰ তৰল ৰাসায়নিক পদার্থ

ಉದಾಹರಣೆ : চকীখনৰ ৰং ভালকৈ নুশুকাওতেই লʼৰাটো সেই চকীখনত বহি দিলে

ಸಮಾನಾರ್ಥಕ : পেইণ্ট

ಅರ್ಥ : তাচ খেলৰ কোনো গুৰুত্বপূর্ণ ্সময়ত অন্য পাততকৈ অধিক গুৰুত্ব লাভ কৰা বিশেষ পাত

ಉದಾಹರಣೆ : তেওঁ খেলত জিকিবৰ কাৰণে ট্রাম্প কার্ডেৰে চাল খেলিলে

ಸಮಾನಾರ್ಥಕ : ট্রাম্প

ಅರ್ಥ : চকুৰ জৰিয়তে বোধ জন্মা কোনো বস্তু আদিৰ গুণ

ಉದಾಹರಣೆ : তেওঁ ্বগা বৰণৰ

ಸಮಾನಾರ್ಥಕ : বৰণ

ৰং   বিশেষণ

ಅರ್ಥ : বর্ণ ্বা ৰং সম্বন্ধীয়

ಉದಾಹರಣೆ : সেই বগা বৰণৰ মহিলা গৰাকীয়েই আপোনাৰ বিষয়ে সুধি আছিল

ಸಮಾನಾರ್ಥಕ : বৰণ