ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : ন-ৰ লগত এক যোগ কৰিলে পোৱা সংখ্যা
ಉದಾಹರಣೆ : দিব্যাই দহলৈকে গণনা কৰিব পাৰে
ಸಮಾನಾರ್ಥಕ : দশম, দহ
ಅರ್ಥ : অংকৰ স্থানৰ হিচাপত এককৰ ঘৰৰ পৰা হিচাপ কৰিলে পোৱা পঞ্চম স্থান, যʼত দহ হাজাৰ গুণিতক পোৱা যায়
ಉದಾಹರಣೆ : পঁছিশ হাজাৰত দুইটো অযুতৰ ঘৰৰ সংখ্যা
ಸಮಾನಾರ್ಥಕ : অযুত, দহ হাজাৰ, ০০০, ১০ হাজাৰ
ಅರ್ಥ : দহ হাজাৰ যোগ কৰিলে পোৱা সংখ্যা
ಉದಾಹರಣೆ : তেওঁ দহ ্ হাজাৰৰ কাৰণে শিশুজনক অপহৰণ কৰিছিল
ಸಮಾನಾರ್ಥಕ : দহ হাজাৰ, ০০০, ১০ হাজাৰ
ಅರ್ಥ : ন যোগ এক
ಉದಾಹರಣೆ : তেওঁ দহ দিন আগতেই ইয়ালৈ আহিছিল
ಸಮಾನಾರ್ಥಕ : দহ
ಅರ್ಥ : দহ লাখ
ಉದಾಹರಣೆ : দহ লাখ হেক্টৰ জুৰি এই অঞ্চলটো বিয়পি আছে
ಸಮಾನಾರ್ಥಕ : এক মিলিয়ন, দহ লাখ, মিলিয়ন, ০০০০০, ১০ লাখ
ಅರ್ಥ : দহ হাজাৰ............
ಉದಾಹರಣೆ : তেওঁ ্ মোক দহ হাজাৰ টকা খুজিলে
ಸಮಾನಾರ್ಥಕ : এক অযুত, দহ হাজাৰ, ০০০, ১০ হাজাৰ
ಸ್ಥಾಪನೆ