ಅರ್ಥ : অপকাৰ কৰোতা ব্যক্তি
ಉದಾಹರಣೆ :
অপকাৰীয়ে জীৱনত কেতিয়াও সুখ লাভ কৰিব নোৱাৰে
ಸಮಾನಾರ್ಥಕ : অনিষ্টকাৰী, অপকাৰী
ಅರ್ಥ : অনর্থ ্বা ধ্বংস কৰোঁতা
ಉದಾಹರಣೆ :
গুজৰাটত হোৱা ধ্বংসকাৰী ভূমিকম্পই বহুতকে অনাথ কৰিলে
ಸಮಾನಾರ್ಥಕ : ধ্বংসকাৰী, প্রলংয়কাৰী